पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিঘিনি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিঘিনি   বিশেষ্য

अर्थ : কোনো কাম কৰাৰ সময়ত হোৱা বাধা

उदाहरणे : এই কামটোত বিঘিনি নঘটিবৰ কাৰণে মই ভগৱানক প্রার্থন্া কৰিছো

समानार्थी : বাধা, বাধা-বিঘিনি, বিঘ্ন, বিপত্তি

अर्थ : বিপত্তিৰ সম্ভাৱনা থকা স্থিতি

उदाहरणे : তেওঁ নিজৰ জীৱন বিপদত পেলাই ডুবিবলৈ লোৱা শিশুটোক বচালে

समानार्थी : অথন্তৰ, আপদ, আপদ-বিপদ, আফত, আলৈ-আথানি, আলৈ-আহুকাল, আলৈ-বিপদ, আলৈ-বিলৈ, জংকট, নিদান, পয়মাল, পৰাঠ, বিপত্তি, বিপদ, বিপদ-আপদ, বিপদ-বিঘিনি, বিপাক, বিলাই, বিলাই-বিপত্তি, বেফাই, মস্কিল, সংকট, হস্কিল-মস্কিল, ্আসোঁৱাহ-বিসোঁৱাহ্

अर्थ : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা

उदाहरणे : মোহনে মোৰ সকলো কামতে বাধা জন্মায়

समानार्थी : অন্তৰায়, অসুবিধা, অৱৰোধ, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ

चौपाल