अर्थ : যিজন ব্যক্তিৰ কোনো অংগই ভালদৰে কাম নকৰে
उदाहरणे :
ইয়াত বিকলাংগসকলক শিক্ষা দিয়া হয়
समानार्थी : বিকলাঙ্গ
अर्थ : যাৰ হাত বা ভৰিত বিকৃতি আছে
उदाहरणे :
এই প্রতিযোগিতাত কেৱল বিকলাংগ লোকসকলেহে ভাগ লʼব পাৰিব
समानार्थी : বিকলাঙ্গ