सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাঠ বা বাঁহ আদিৰ পোন আৰু অলপ দীঘল টুকুৰা
उदाहरणे : বাগিছাত লʼৰা-ছোৱালীবোৰে লাঠীৰে আম পাৰি আছে
समानार्थी : দণ্ড, বাড়ি, মাৰি, লাঠী
अर्थ : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়
उदाहरणे : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী
समानार्थी : অপ, অম্বু, অম্ভ, উদক, জল, নীৰ, পানী, পয়, সলিল
अर्थ : মোটা আকাৰৰ ডাঙৰ মাৰি
उदाहरणे : তেওঁ কুকুৰটোক লাঠিৰে মাৰিলে
समानार्थी : দণ্ড, লাঠি
स्थापित करा