सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সলনি নোহোৱা অৱস্থাত
उदाहरणे : আমি আমাৰ প্রগতিক এনেদৰেই বাহাল ৰখা উচিত
अर्थ : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা
उदाहरणे : কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে
समानार्थी : অক্ষুণ্ণ, অটল, অপৰিবর্ত্তিত
अर्थ : যাৰ অস্তিত্ব আছে
उदाहरणे : জনা-শুনা সমস্যাবোৰ দূৰ নকৰাকৈ একোৱেই হʼব নোৱাৰে
समानार्थी : জনা-শুনা, বিদ্যমান, বিৰাজমান, স্থিত
स्थापित करा