अर्थ : কিষ্কিন্ধাৰ বানৰ ৰজা যিজন সুগ্রীবৰ ককায়েক আৰু অংগদৰ পিতৃ আছিল
उदाहरणे :
বালীক ভগৱান ৰামে মাৰিছিল
अर्थ : যি লিপিত বালী ভাষা লিখা হয়
उदाहरणे :
বালীৰ হোটেলত লিখা বালী কথাখিনি তেওঁ পঢ়িব নোৱাৰিলে
समानार्थी : বালী লিপি