अर्थ : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
उदाहरणे :
মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
समानार्थी : কেঁচুৱাশিশু, পেন্দুকণা, বাচ্চা
अर्थ : যি ব্যক্তিৰ কোনো বিশেষ ক্ষেত্রত জ্ঞান, অনুভৱ আদিৰ অভাৱ হয়
उदाहरणे :
বিজ্ঞানৰ ক্ষেত্রত এতিয়া আপুনি বালক