सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
उदाहरणे : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
समानार्थी : গাঁথি, গ্রন্থি, ডোৰ, বন্ধন, বান্ধ
अर्थ : কোনো বিশেষ কাম কৰাৰ বাধ্য-বাধকতা
उदाहरणे : ৰোগীৰ খোৱা-বোৱাত বান্ধোন লগাওক
समानार्थी : বন্ধন
अर्थ : বন্ধা কার্য ্বা ভাব
उदाहरणे : চোৰটোৱে হাজাৰ চেষ্টা কৰিও বান্ধোনটো খুলিব নোৱাৰিলে
स्थापित करा