अर्थ : বানত যাৰ ক্ষতিসাধন হৈছে
उदाहरणे :
চৰকাৰে বানপীড়িত লোকসকলক যতদূৰ সম্ভৱ সহায়-সহযোগ কৰি আছে
समानार्थी : বান-পীড়িত
अर्थ : যʼত বানপানী হয়
उदाहरणे :
মন্ত্রী মহোদয়ে বানপীড়িত এলেকা পৰিভ্রমণ কৰিলে
समानार्थी : বান-পীড়িত, বানবিধ্বস্ত