सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উপায়হীন হোৱা অৱস্থা
उदाहरणे : কেতিয়াবা কেতিয়াবা বাধ্য হৈ মানুহে ভুল কাম কৰি পেলায়
अर्थ : নিজৰ ইচ্ছাৰে একো কাম কৰিব নোৱাৰা অৱস্থাত পৰোঁতাজন
उदाहरणे : মই এই কামটো কৰিবৰ কাৰণে বাধ্য
समानार्थी : অধীন, পৰবশ, বশীভূত
अर्थ : যিটো ফাটি গৈছে
उदाहरणे : দাৰিদ্রতাই ৰীতাক ফটা কাপোৰ পিন্ধিবলৈ বাধ্য কৰিলে
समानार्थी : মজবুৰ
स्थापित करा