अर्थ : প্রতিৰোধ বা বিৰোধ নকৰা
उदाहरणे :
অপ্রতিহত যুদ্ধ কেনেকৈ সম্ভৱ হʼল
समानार्थी : অপ্রতিহত, নির্বিবাদ, প্রতিৰোধহীন
अर्थ : যাৰ কোনো নিয়ন্ত্রণ বা বাধা নাই
उदाहरणे :
হিটলাৰ এজন স্বেচ্ছাচাৰী শাসক আছিল
समानार्थी : কুণ্ঠাৰহিত, নিৰঙ্কুশ, লেকাম নাইকিয়া, স্বেচ্ছাকৃত, স্বেচ্ছাচাৰী