पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বাধা দিয়া शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বাধা দিয়া   ক্ৰিয়া

अर्थ : কাৰোবাৰ কোনো কাম দেখি কোনো কথা কৈ বাধা দিয়া বা তেওঁৰ সৈতে কোনোধৰণৰ সোধ-পোছ কৰা

उदाहरणे : শিক্ষকে শিক্ষার্থীসকলৰ বেয়া হাতৰ আখৰ দেখি ্তেওঁলোকক বাধা দিলে

अर्थ : বাধা প্ৰদান কৰা কাৰ্য

उदाहरणे : ৰমাৰ শাহুৱেকে তাইৰ প্ৰতিটো কামতে হাক দিয়ে

समानार्थी : হকা-বধা কৰা, হাক দিয়া

अर्थ : ৰোধ কৰিবলৈ বা ৰখাবলৈ কাম কৰা

उदाहरणे : মাধৱে সকলো কামতে গোলমাল লগায়

समानार्थी : খেলিমেলি লগোৱা, গোলমাল লগোৱা, হস্তক্ষেপ কৰা, হেঙাৰ হোৱা

अर्थ : কোনো কথা বা কামত নিষেধাজ্ঞা আৰোপ কৰা

उदाहरणे : মাকে লʼৰাটোক ৰʼদত বাহিৰ ওলোৱাৰ ক্ষেত্রত বাধা দিলে

समानार्थी : নিষেধ কৰা, মানা কৰা, হাক দিয়া

चौपाल