पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বাদ-বিবাদ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বাদ-বিবাদ   বিশেষ্য

अर्थ : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

उदाहरणे : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

समानार्थी : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

अर्थ : কোনো কথাত লগা বাদানুবাদ

उदाहरणे : আজি ৰাতিপুৱাই তেওঁৰ সৈতে মোৰ চুপতা-চুপতি লাগিল

समानार्थी : উখনা-উখনি, খকা-খুন্দা, চুপতা-চুপতি, বাক-বিতণ্ডা, বাদ-বিতণ্ডা

अर्थ : কোনো পক্ষৰ খণ্ডন আৰু মণ্ডনত হোৱা কথা-বতৰা

उदाहरणे : বেছি বাদ-বিবাদত পৰিলে হʼবলগীয়া কামটোও নহʼবগৈ

समानार्थी : তর্ক-বিত্্র্ক

अर्थ : শাস্ত্রীয় বিষয়ত পৰস্পৰৰ মাজত হোৱা বাদ-বিবাদ

उदाहरणे : অষ্টাবক্রই ৰজা জনকৰ সভাত উপস্থিত ডাঙৰ-ডাঙৰ বিদ্বানৰ লগত বাদ-প্রতিবাদ কৰিলে

समानार्थी : বাত-বিতণ্ডা, বাদ-প্রতিবাদ, বাদপ্রতিবাদ

चौपाल