सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা
उदाहरणे : আমি নিজৰ নিয়মৰ পালন কৰা উচিত
समानार्थी : কায়দা, নিয়ম, সিদ্ধান্ত
अर्थ : ঋষি আদিৰ মান্য উপদেশ
उदाहरणे : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
समानार्थी : মত, সিদ্ধান্ত
अर्थ : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
उदाहरणे : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
समानार्थी : মত, মতবাদ, সিদ্ধান্ত
स्थापित करा