पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বাতৰি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বাতৰি   বিশেষ্য

अर्थ : কোনো উদ্দেশ্যৰে কোৱা বা কোওৱা বা লিখিত অথবা সাংকেতিক কোনো মহত্ত্বপূর্ণ ্কথা

उदाहरणे : নিজৰ ভায়েকৰ বিয়াৰ খবৰ পাই তেওঁ আনন্দত অধীৰ হৈ পৰিল

समानार्थी : খবৰ, বতৰা, সংবাদ, সমাচাৰ, সম্বাদ

अर्थ : ৰেডিঅʼ, বাতৰি-কাকত আদিত উপল্্ব্ধ হোৱা খবৰ

उदाहरणे : এতিয়া আপোনালোকে হিন্দীত দেশ-বিদেশৰ বাতৰি শুনি আছিল

समानार्थी : খবৰ, খবৰ বাতৰি, বার্তা, সংবাদ, ্ সমাচাৰ

अर्थ : মুখেৰে কোৱা কোনো সমাচাৰ

उदाहरणे : মই আপোনাক মাতিবৰ কাৰণে ৰামৰ যোগেদি খবৰ পঠিয়াইছোঁ

समानार्थी : খবৰ, সন্দেশ

अर्थ : কোনো বিষয়ৰ জ্ঞান বা পৰিচয় দিবৰ কাৰণে কাৰোবাক কোৱা কথা

उदाहरणे : বতৰ বিজ্ঞান বিভাগে ধাৰাসাৰ বৰষুণ হোৱাৰ বাতৰি দিছে

समानार्थी : খবৰ, জাননী

चौपाल