पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বাতাবৰণ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বাতাবৰণ   বিশেষ্য

अर्थ : কোনো ঘটনা, কার্য, জীৱ আদিৰ চৌপাশৰ বা ওচৰ-পাজৰৰ বাস্তৱিক স্থিতি বা অৱস্থা

उदाहरणे : ইয়াৰ পৰিস্থিতি সাম্প্রদায়িক ্সংঘর্ষৰ ্কাৰণে দিনে-দিনে বেয়াৰ পিনে ঢাল খাইছে

समानार्थी : আবহাওৱা, প্রতিবেশ, পৰিমণ্ডল, পৰিস্থিতি, পৰিৱেশ, ্পর্য্যাবৰণ

अर्थ : চৌদিশৰ পৰা পৃথিৱীক আৱৰি ৰখা বায়ু বিশেষ

उदाहरणे : আমি বাতাবৰণ দূষিত হোৱাৰ পৰা ৰক্ষা কৰা উচিত

समानार्थी : বাতাৱৰণ, বায়ুমণ্ডল

चौपाल