सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোৱা কথা
उदाहरणे : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
समानार्थी : উক্তি, কথন, কোৱা, জবান, বচন, বাইক, বাক্, বাক্য, বাণী, বুলি, বয়ান, মুখৰ কথা
अर्थ : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ
उदाहरणे : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি
समानार्थी : ওহাৰ, কুচকুম্ভ, পিয়াহ, পয়োধৰ, পয়োভাৰ, স্তন
स्थापित करा