सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজনে ঘৰ বা কাঠ, ধাতু আদিৰে বস্তু বনায়
उदाहरणे : এই মূর্তিটো ভাল মিস্ত্রীয়ে বনাইছে
समानार्थी : কাৰিকৰ, কাৰিগৰ, মিস্ত্রী
अर्थ : কাঠ আদিৰে দুৱাৰ, মেজ, চকী আদি গঢ়া কাৰিকৰ
उदाहरणे : এজন নিপুণ বাঢ়ৈয়ে এই দুৱাৰখন সাজিছে
समानार्थी : কাঠমিস্ত্রী
स्थापित करा