अर्थ : খেল-ধেমালি আদিৰে বিভিন্ন ধৰণৰ কচৰৎ কৰা, ৰচীত খোজ কাঢ়ি দেখুৱাই মানুহক আমোদ দিয়া লোক
उदाहरणे :
আজি আমি বাজীকৰৰ খেল চাবলৈ যাম
अर्थ : সাপ পোহা আৰু নচুৱা ব্যক্তি
उदाहरणे :
বাজীকৰে বীণা বজাই সাপ নচুৱাই আছে
समानार्थी : সাপ নচুৱাওঁ্তা