सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি ৰৈ গৈছে (যেতিয়া কোনো কাৰণত নষ্ট বা শেষ হৈ যায়)
उदाहरणे : ঘৰত জুই লগাত একোৱেই বাকী নৰʼল
समानार्थी : অৱশিষ্ট, অৱশেষ
अर्थ : যি বাকী হোৱাৰ কাৰণে দিয়া হয়
उदाहरणे : ৰামুৱে বাকী ঋণখিনি সোনকালেই ফিৰাই দিম বুলি কথা দিলে
समानार्थी : দিবলগীয়া, দেয়
अर्थ : যি কাৰোবাৰ জিম্মাত বাকী থাকি গৈছে
उदाहरणे : মই বকেয়া ধন জমা কৰিবলৈ গৈছিলোঁ
समानार्थी : বকেয়া
स्थापित करा