अर्थ : ক্রোধ, প্রেম আদিৰ কাৰণে যি অচেতন হৈ থাকে
उदाहरणे :
ক্রোধত পাগল ব্যক্তিয়ে যিকোনো কাম কৰি পেলাব পাৰে
समानार्थी : পাগল
अर्थ : মগজুৰ বিকৃতি ঘটা
उदाहरणे :
চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে
समानार्थी : অলিয়া-বলিয়া, উন্মত্ত, উন্মাদ, পগলা, পাগল, বলিয়া, বলিয়া-বতীয়া, বাতুল