सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
उदाहरणे : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
समानार्थी : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
अर्थ : গা-গছৰ মাজে মাজে গাঁঠি আৰু পাব থকা এবিধ দীঘলীয়া, পোন উদ্ভিদ যি ঘৰৰ চালি, পাচি আদি বনোৱা কামত ব্যৱহাৰ হয়
उदाहरणे : তেওঁ নিজৰ বাগিচাত বাঁহগছ ৰুইছে
समानार्थी : বংশ, বাঁস, বাঁহগছ
स्थापित करा