अर्थ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
उदाहरणे :
চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে
समानार्थी : উঠোৱা
अर्थ : কোনো নাৰীক পত্নীৰ ৰূপত ৰাখি লোৱা
उदाहरणे :
ঠাকুৰে ৰামুৰ বোৱাৰীক নিজৰ ঘৰত বহুৱালে
अर्थ : কোনো পদত কার্যনি্র্বাহ কৰা
उदाहरणे :
চাণক্যই চন্দ্রগুপ্তক তক্ষশীলাৰ সিংহাসনত বহুৱাইছিল
समानार्थी : আসীন কৰা