अर्थ : এৰা বা ত্যাগ কৰা বা পৃথক কৰা
उदाहरणे :
সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে
समानार्थी : খাৰিজ
अर्थ : বাহিৰ কৰা বা উলিয়াই পঠিওৱা
उदाहरणे :
প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব
समानार्थी : খাৰিজ