अर्थ : মজিয়া, মাটি বা খাট আদিত পিঠি লগাই গোটেই শৰীৰটো ভেজা দি জিৰণি লোৱা
उदाहरणे :
ভাগৰুৱা পথিকজনে জিৰাবলৈ গছৰ তলত কাতি হʼল
समानार्थी : কাতি হোৱা
अर्थ : অলপ আঁউজি বা আহল বহলকৈ বহা
उदाहरणे :
তেওঁ ্বজাৰৰ পৰা আহি আৰামী চকীত বহি পৰিল
समानार्थी : হেলান দিয়া