अर्थ : ঘাঁহ-খেৰ আদিৰে সজা সৰু ঘৰ
उदाहरणे :
ৰামে গাঁৱৰ বাহিৰত থাকিবৰ কাৰণে এটা পঁ্জা সাজিলে
समानार्थी : কুটীৰ, খুপৰি, খেৰীঘৰ, জুপুৰী, টোকোৰা পঁ্জা, পঁ্জা, পর্ণকুটীৰ, ্পর্ণ্্শালা
अर्थ : সহজে ওলাই যাব নোৱাৰাকৈ মন আদিত ভালদৰে স্থিতি লোৱা কার্য
उदाहरणे :
সম্ৰাটৰ কথাত এনে বিশ্বাস জন্মিল যে কিছুমান ৰজাই বিনাযুদ্ধে তেওঁৰ বশ্যতা স্বীকাৰ কৰি লʼলে
समानार्थी : জন্মা
अर्थ : ভৰিক নির্ভৰ নকৰাকৈ আৰাম কৰা এক স্থিতি:আলহীসকল চʼৰাঘৰত বহিছে
उदाहरणे :
समानार्थी : আসন গ্রহণ কৰা, আসন লোৱা, উপবেশন কৰা, বহি থকা
अर्थ : নি্র্বাচন আদিত প্রার্থী প্রতিদ্বন্দিতাৰ পৰা আঁতৰি থকা
उदाहरणे :
নি্র্দলীয় প্রার্থী ঝুমুকলালদেৱ বহিল