पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বর্গ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বর্গ   বিশেষ্য

अर्थ : (জীৱবিজ্ঞান) জীৱৰ বর্গীকৰণাত্মক বর্গ যʼত এক বা একাধিক ্বর্গ ্থাকে

उदाहरणे : ভেকুলীৰ বৈজ্ঞানিক নাম ৰানা টিগ্রীনা যʼত ৰানা হʼল ভেকুলীৰ গণ

समानार्थी : গণ

अर्थ : জীৱবিজ্ঞানত জীৱিত প্রাণীক কৰা সকলোতকৈ ডাঙৰ পাঁচটা বিভাগৰ প্রত্যেকটো

उदाहरणे : জীৱ-বিজ্ঞানৰ ছাত্র হোৱাৰ কাৰণে মই বর্গৰ বিষয়ে ভালদৰে জানো

अर्थ : যাৰ দীঘ, প্রস্থ আৰু চাৰিটা কোণ সমপৰিমাণৰ হয়

उदाहरणे : এইটো পাঁচ ছেণ্টিমিটাৰৰ বর্গ

अर्थ : শ্্ব্দশাস্ত্রত একে স্থানৰ পৰা উচ্চাৰিত হোৱা স্পর্শ ব্যঞ্জন বর্ণৰ সমূহ

उदाहरणे : হিন্দী ব্যঞ্জনবর্ণক ক-বর্গ, চ-বর্গ, ট-বর্গ আদি ্বর্গত বিভাজিত কৰা হৈছে

अर्थ : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ

उदाहरणे : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল

समानार्थी : গোট, শ্রেণী

चौपाल