अर्थ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
उदाहरणे :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
समानार्थी : আটক কৰা, গতিৰুদ্ধ হোৱা, ৰখা, ৰৈ যোৱা
अर्थ : ৰোধ বা ৰৈ যোৱা
उदाहरणे :
পানী যোৱা নলাটো অৱৰোধ হৈ গʼল
समानार्थी : অৱৰুদ্ধ হোৱা, অৱৰোধ হোৱা, আৱদ্ধ হোৱা