अर्थ : প্রথা বন্ধ কৰা কার্য
उदाहरणे :
আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
समानार्थी : উঠাই দিয়া, নিষিদ্ধ কৰা
अर्थ : দুৱাৰ, মুখ আদিত কিবা ৰাখি তাৰ বন্ধ কৰা
उदाहरणे :
তেওঁ নিগনিৰ ্গাঁত বন্ধ কৰিছে
अर्थ : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি
उदाहरणे :
ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়
समानार्थी : জপোৱা
अर्थ : চলি আহি থকা কথা বা পৰম্পৰা আদি বন্ধ কৰা
उदाहरणे :
ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্রথা বন্ধ কৰিছিল
समानार्थी : ৰুধা
अर्थ : ভাট্টা আদি নিদিয়া
उदाहरणे :
চৰকাৰে ভ্রমণ ভাট্টা বন্ধ কৰিলে