सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এক শ্রেণীৰ উদ্ভিদ, যি কাঠহীন
उदाहरणे : দূবৰি, ্ ঘাঁহ আদি বন
समानार्थी : গুল্ম, গুল্ম উদ্ভিদ
अर्थ : তৃণভোজী জন্তুৱে খোৱা মাটিত গজা চাপৰ উদ্ভিদ
उदाहरणे : গৰুজনীয়ে ঘাঁহনিত ্ ঘাঁহ খাই আছে
समानार्थी : ঘাঁহ, তৃণ
अर्थ : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
उदाहरणे : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
समानार्थी : অটবী, অৰণ্য, অৰণ্যানী, কানন, গছনি, জংগল, জংঘল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
अर्थ : ডাঙৰ আৰু ডাঠ জংঘলী ক্ষেত্রত থকা গছ-গছনি বা অন্য উদ্ভিদ
उदाहरणे : প্রকৃতিৰ চিন্তা নকৰাকে মানুহে জংঘল কাটি আছে
समानार्थी : অৰণ্য, জংঘল
स्थापित करा