अर्थ : যিজনে কাণেৰে ভালদৰে শুনা নাপায় বা একেবাৰে নুশুনে
उदाहरणे :
এই বিদ্যালয়খন বধিৰসকলৰ কাৰণে খোলা হৈছে
अर्थ : যিজনে শুনা নাপায়
उदाहरणे :
প্রদীপে কলা-বোবা লোকৰ বাবে বধিৰ বিদ্যালয় খোলাৰ কথা ভাবিছে
समानार्थी : কলা, কাণ গধুৰ, শ্রুতিশক্তিহীন, শ্রুতিহীন, শ্রুতিৰহিত, শ্রৱণশক্তিৰহিত, শ্রৱণৰহিত