पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বদমাচ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বদমাচ   বিশেষ্য

अर्थ : কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰা বা মাৰপিট কৰালোক

उदाहरणे : দাৰোগাই আজি চাৰিআলিত এটা গুণ্ডাক ধৰি খুউব পিটিলে

समानार्थी : গুণ্ডা, দাদা, বজ্জাত, বদমাছ

বদমাচ   বিশেষণ

अर्थ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট

उदाहरणे :

समानार्थी : কামুক, খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, ব্যভিচাৰী, লম্পট, লুচ্ছা

अर्थ : যিজনে বৰ উৎপাত কৰে

उदाहरणे : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে

समानार्थी : উৎপতীয়া, খটাসুৰ, দুষ্ট

अर्थ : যি উপদ্রৱ কৰে

उदाहरणे : তেওঁ এজন ্উৎপতীয়া ব্যক্তি

समानार्थी : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, উৎপতীয়া

चौपाल