सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : * লাভপ্রদ ভাবে বা লাভ হোৱাকৈ
उदाहरणे : মোৰ ব্যৱসায় ঠিকে-ঠাকে চলি আছে
समानार्थी : ঠিক-ঠাক, ঠিকে-ঠাকে, ভালদৰে
अर्थ : ভাল ধৰণেৰে
उदाहरणे : মই সোহনক ভালকৈ জানো
समानार्थी : ঠিককৈ, নিৰহ-নিপানীকৈ, বেচকৈ, ভালকৈ, ভালমতে
स्थापित करा