पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বচোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বচোৱা   ক্ৰিয়া

अर्थ : বিপদ বা কষ্টত পৰিবলৈ নিদিয়া কার্য

उदाहरणे : চকীদাৰজনে গাঁওবাসীক চোৰৰ পৰা বচালে

समानार्थी : ৰক্ষা কৰা

अर्थ : সৰি পৰাৰ পৰা ৰক্ষা কৰা কার্য

उदाहरणे : তৃতীয় লক্ষ্যৰ পৰা পৰিবলৈ ধৰা লʼৰাটোক এজন যুৱকে বচালে

अर्थ : বাচিবৰ কাৰণে ঠাই দিয়া বা ৰক্ষা পাবলৈ প্রবৃত্ত কৰা

उदाहरणे : আকবৰে ফাটেহপুৰ সিকৰীক বচাইছিল

अर्थ : নিস্তাৰ বা উদ্ধাৰ কৰা

उदाहरणे : তেওঁ ্মোক এই বিপদৰ পৰা উদ্ধাৰ কৰিলে

समानार्थी : উদ্ধাৰ কৰা

अर्थ : কামত অহা বা খৰচ হোৱাৰ পৰা ৰখোৱা

उदाहरणे : মনোহৰে কৃপণালী কৰি বহুত পইচা বচালে

चौपाल