पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বচা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বচা   বিশেষ্য

अर्थ : বাচনি কৰা কার্য

उदाहरणे : তেওঁ পুথি্ভঁ্ৰালৰ পৰা ভাল কিতাপ বাচি আছে

বচা   ক্ৰিয়া

अर्थ : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা

उदाहरणे : সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল

समानार्थी : ৰোৱা

अर्थ : বহুত বস্তৰ মাজৰ পৰা কিছুমান মনপচন্দৰ বস্তু বেলেগ কৰা

उदाहरणे : কাপোৰৰ দোকানৰ পৰা নিজৰ বাবে মই দহখন শাৰী পচন্দ কৰিলো

समानार्थी : পচন্দ কৰা

अर्थ : শস্যত থকা কুটা বা ভুচি আদি পৃথক কৰা কার্য

उदाहरणे : মায়ে চাউল বাচি আছে

चौपाल