पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বচন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বচন   বিশেষ্য

अर्थ : নাটক আদিৰ চৰিত্রৰ মুখত দিয়া কথা:জয়শংকৰ প্রসাদৰ প্রায়বোৰ নাটকৰ সংলাপেই ৰসিকতাৰে ভৰা

उदाहरणे :

समानार्थी : কথোপকথন, ডায়লগ, সংলাপ

अर्थ : কোৱা কথা

उदाहरणे : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা

समानार्थी : উক্তি, কথন, কোৱা, জবান, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা

अर्थ : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য

उदाहरणे : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে

समानार्थी : কথা, জবান

अर्थ : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ

उदाहरणे : আনৰ ভাল লগা কথাহে কোৱা উচিত

समानार्थी : কথা, বাণী

अर्थ : কিবা কোৱা কার্য

उदाहरणे : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল

समानार्थी : কথন, কথা, বাক, বাচ্য

चौपाल