अर्थ : কোনো উদ্ভিদ ফুলেৰে সুশোভিত কৰি তোলা কার্য
उदाहरणे :
বসন্ত কালে কিছুমান ফুল ফুলাই তোলে
समानार्थी : ফুলাই তোলা
अर्थ : ফুলা বা বিকশিত হোৱাত প্ৰবৃত্ত কৰা
उदाहरणे :
কৃত্ৰিম পদ্ধতিৰে এই কলপুলিখিনি ফুলোৱা হৈছে
समानार्थी : পৰিস্ফূট কৰা
अर्थ : কোনো বস্তুৰ ভিতৰত বায়ু, তৰল পদার্থ আদিৰে হেচা প্রয়োগ কৰি বিস্তাৰিত কৰা
उदाहरणे :
লʼৰাটোৱে বেলুন ফুলায় আছে