अर्थ : কোনো বিস্ফোৰক বস্তু আদিক সক্রিয় কৰি দিয়া
उदाहरणे :
দেৱালী উপলক্ষে ৰাইজে ফটকা ফুটায়
अर्थ : কোনো বস্তুক জোঙা উপকৰণেৰে ভেদ কৰা কার্য
उदाहरणे :
বাঢ়ৈয়ে মেজ সাজিবৰ কাৰণে কিছুমান কাঠ ফুটালে
समानार्थी : ছেদ কৰা, বিন্ধা কৰা