सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জুলীয়া পদার্থক ্ কোনো মিহি কাপোৰ, চাকনি আদিৰে সৰকাই দিয়া কার্য, ্ যাতে লেতেৰা, জাবৰ আদি তাত ৰৈ যায়
उदाहरणे : মায়ে চাকনিৰে চাহ চাকিছে
समानार्थी : চাকা, চালা
अर्थ : পানী বা অন্য কোনো তৰল পদার্থত মিহলি হৈ থকা ময়লা তললৈ বহি যোৱা এক অৱস্থা
उदाहरणे : খোৱা পানীত ফিটকিৰী দি পানী নিষ্কাশন কৰা হয়
समानार्थी : নিষ্কাশন কৰা, পৰিষ্কাৰ কৰা, শোধন কৰা
स्थापित करा