अर्थ : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন
उदाहरणे :
অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে
समानार्थी : জাল
अर्थ : এক প্রকাৰৰ নিগনি ধৰা সজা
उदाहरणे :
নিগনি ধৰা ফান্দত এটা নিগনি পৰিল
समानार्थी : নিগনি ধৰা ফান্দ, নিগনি মৰা ফান্দ
अर्थ : ৰচী, তাৰ আদিৰ এনে এক পাশ যʼত পৰিলে জীব বান্ধ খাই পৰে আৰু বান্ধোন টান হৈ গʼলে মৰিবও পাৰে
उदाहरणे :
চিকাৰীয়ে শহাটোক ফান্দত পেলালে
समानार्थी : পাশ