सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : হঠাৎ শ্্ব্দ কৰি ভাঙি বা ফাটি যোৱা কার্য
उदाहरणे : অত্যধিক তাপৰ কাৰণে কাঁচখন ফাটি যোৱাৰ সম্ভাৱনা আছে
समानार्थी : ফাট মেল
अर्थ : কোনো দল বা মানুহৰ মাজত এজন আনজনৰ বিৰোধী হোৱা ভাব
उदाहरणे : কৌৰৱ-পাণ্ডৱৰ মাজত বিভেদ সৃষ্টি কৰি প্রতিশোধ লোৱাই শকুনি মামাৰ উদ্দেশ্য আছিল
समानार्थी : অনৈক্য, অমিল, বিভাজন, বিভেদ, ভেদ
स्थापित करा