पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ফল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ফল   বিশেষ্য

अर्थ : বনস্পতিত থকা মঙহ বা বীজেৰে ভৰপূৰ বীজকোষ, যি কোনো বিশিষ্ট ঋতুত ফুল হোৱাৰ পিছত উৎপন্ন হয়

उदाहरणे : তেওঁ ফলৰ ্ দোকানৰ পৰা এক কিলো আম কিনিলে

समानार्थी : ফলমূল

अर्थ : কোনো কামৰ অন্তত তাৰ ফলস্বৰূপে হʼবলগীয়া কার্য ্ বা ঘটনা

उदाहरणे : তেওঁৰ ্ কামৰ পৰিণাম বৰ বেয়া হʼল

समानार्थी : প্রতিফল, পৰিণতি, পৰিণাম, ফলশ্রুতি, ফলাফল, সুফল

ফল   বিশেষণ

अर्थ : কিহবাৰ অন্তত তাৰ পৰিণাম স্বৰূপে হোৱা

उदाहरणे : ধুমপানৰ প্ৰতিফল হৈছে কেন্সাৰ বেমাৰ

समानार्थी : প্ৰতিফল

चौपाल