पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পৰীক্ষা কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পৰীক্ষা কৰা   ক্ৰিয়া

अर्थ : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা

उदाहरणे : সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে

समानार्थी : প্রমাণ কৰা, পৰীক্ষণ কৰা

अर्थ : শৰীৰত কোনো ৰোগ আছে নে নাই অথবা যদি আছে তাৰ কাৰণ জানিবৰ কাৰণে চিকিৎসকে চোৱা কার্য

उदाहरणे : চিকিৎসকে শুই থকা ৰোগীজনক পৰীক্ষা কৰিছে

अर्थ : পৰীক্ষণৰ কাম কৰা কার্য

उदाहरणे : পোন্ধৰখন বহীৰ পৰীক্ষা কৰা হʼল

समानार्थी : নিৰীক্ষণ কৰা

अर्थ : বিশেষভাৱে কোনো ৰোগ আদিৰ কাৰণ জানিবৰ কাৰণে কোনো শাৰীৰিক পদার্থক কোনো যন্ত্র, ৰাসায়নিক প্রক্রিয়া আদিৰ সহায়ত চোৱা-চিতা কৰা কার্য

उदाहरणे : চিকিৎসকে গৱেষণাগাৰত তেজৰ পৰীক্ষা কৰিছে

अर्थ : কোনো কামৰ বাবে ব্যক্তি বা বস্তু আদি যোগ্য হয় নে নহয় বিচাৰ কৰি চোৱা:তেওঁ ্ মোৰ কামৰ বাবে উপযুক্ত হয় নে নহয় এই সৰু কামটোৰ দ্বাৰা মই পৰীক্ষা কৰিছো

उदाहरणे :

समानार्थी : পৰখ কৰা

चौपाल