पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পৰীক্ষণ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পৰীক্ষণ   বিশেষ্য

अर्थ : কোনো বস্তু বা ব্যক্তিৰ দ্বাৰা ভালদৰে কাম কৰিব পৰা যাব নে নাযায় সেই সম্পর্কে বিচাৰ কৰি চোৱা কার্য

उदाहरणे : নতুন গাড়ীখনৰ পৰীক্ষণ চলি আছে

अर्थ : পৰীক্ষা কৰা বা বিচাৰ কৰা কাম

उदाहरणे : এজন জ্যোতিষীয়ে মোৰ জন্ম-কুণ্ডলীৰ পৰীক্ষণ কৰিলে

अर्थ : যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে

उदाहरणे : গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে

समानार्थी : নিৰূপণ, পৰখ, পৰীক্ষা, পৰীক্ষা-নিৰীক্ষা

चौपाल