अर्थ : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা
उदाहरणे :
ৰামুৱে মজলিচত পাণ বিলাই আছিল
समानार्थी : বিলোৱা
अर्थ : আহাৰ সন্মুখত ৰখা
उदाहरणे :
তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
समानार्थी : সজোৱা