पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পৰিস্থিতি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পৰিস্থিতি   বিশেষ্য

अर्थ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি

उदाहरणे : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়

समानार्थी : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, হাল, হালত, ৰূপ

अर्थ : কোনো ঘটনা, কার্য, জীৱ আদিৰ চৌপাশৰ বা ওচৰ-পাজৰৰ বাস্তৱিক স্থিতি বা অৱস্থা

उदाहरणे : ইয়াৰ পৰিস্থিতি সাম্প্রদায়িক ্সংঘর্ষৰ ্কাৰণে দিনে-দিনে বেয়াৰ পিনে ঢাল খাইছে

समानार्थी : আবহাওৱা, প্রতিবেশ, পৰিমণ্ডল, পৰিৱেশ, বাতাবৰণ, ্পর্য্যাবৰণ

चौपाल