सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাম কৰোতে কৰোতে দেহ-মনলৈ শিথিলতা অহা অৱস্থা
उदाहरणे : পৰিশ্রমৰ ফল মিঠা
समानार्थी : আয়াস, খাটনি, মেহনত, শ্রম
अर्थ : দৃঢ়তাৰে নিৰন্তৰ কোনো কামত লাগি থকা কার্য
उदाहरणे : অধ্যৱসায়ৰ বলত একলব্য ধনুর্বিদ্যাত নিপুণ হৈ পৰিছিল
समानार्थी : অধ্যৱসায়
स्थापित करा