सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো ঠাই আদিৰ চাৰিওফালে ঘূৰা কার্য
उदाहरणे : পৃথিৱীয়ে সূর্য্যৰ চাৰিওফালে প্রদক্ষিণ কৰাৰ ফলতেই দিন-ৰাতি হয়
समानार्थी : প্রদক্ষিণ, পৰিক্রমণ, পৰিক্রমা, ভ্রমণ
अर्थ : মন ভাল লগোৱা বা অনয্ কোনো কাৰণে পর্যটক স্থলী আদিত ঘূৰা-ফুৰা কার্য
उदाहरणे : এই পর্যটক দলটোৱে সম্পূর্ণ ্ভাৰতবর্ষৰ পর্যটন কৰি ঘূৰি আহিছে
समानार्थी : পর্যটন
स्थापित करा