अर्थ : নিয়মিত বা প্রায় গোলাকাৰ এক ধৰণৰ পথ যʼত কোনো বস্তু চলাচল কৰে
उदाहरणे :
পৃথিৱীয়ে নিজৰ পৰিধিত ঘূৰে
समानार्थी : কক্ষ
अर्थ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ
उदाहरणे :
তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা
समानार्थी : মণ্ডল
अर्थ : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ
उदाहरणे :
এই বৃত্তটোৰ পৰিধি হিচাপ কৰা
समानार्थी : পৰিমণ্ডল, বৃত্ত পৰিধি, বৃত্ত সীমা