पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পৰিত্যক্ত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পৰিত্যক্ত   বিশেষ্য

अर्थ : যিজন ব্যক্তিক ত্যাগ কৰা হৈছে

उदाहरणे : ইয়াত পৰিত্যক্তসকলক আশ্রয় প্রদান কৰা হয়

अर्थ : ব্যৱহাৰ কৰি বা কোনো অন্য কাৰণবশতঃ এৰা পদার্থ

उदाहरणे : বেচেৰী বিধৱাজনীয়ে গোটেই জীৱন এৰেহাহে পায় থাকিল

समानार्थी : উচিছষ্ট, এৰেহা

পৰিত্যক্ত   বিশেষণ

अर्थ : এৰা অৱস্থা বা পৃথক কৰা

उदाहरणे : তেওঁ নিজৰ পৰিত্যক্ত পত্নীক পুনৰ নিজৰ কৰি লʼলে

चौपाल