सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজন চিনা জনা হয়
उदाहरणे : তাত মোৰ কেইবাজনো পৰিচিত ব্যক্তি উপস্থিত আছিল
अर्थ : যিটো জনা বা চিনাকি
उदाहरणे : তেওঁ ্ কেইজনমান পৰিচিত লোকৰ লগত ঘূৰি ঘূৰি সকলোকে নৱবর্ষৰ ্ শুভকামনা জনাইছে
समानार्थी : চা-চিনাকি, চিনা-জনা, জনা-শুনা, জনাশুনা
अर्थ : যাক ভালদৰে জনা যায়
उदाहरणे : এই কথাটো মোৰ জ্ঞাত
समानार्थी : জনা-শুনা, জ্ঞাত, প্রজ্ঞাত, পৰিজ্ঞাত, বিজ্ঞাত, বিদিত
स्थापित करा